অবৈধ প্ৰেমৰ সম্পৰ্ক
অবৈধ প্ৰেমৰ সম্পৰ্ক স্থাপন কৰা মানেই হ'ল জীৱন ধ্বংসৰ এক বিশেষ লক্ষণ । কাৰণ অবৈধ প্ৰেমে বিভিন্ন ধৰণৰ আচৰণ লৈ । আজিৰ প্ৰজন্মৰ কিছুমান বিবাহীত মহিলাই হওক বা পুৰুষই হওক সামাজিক মাধ্যমক অপব্যৱহাৰ কৰি কিছু সময় অতিবাহিত কৰিবলৈ অবৈধ প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে। পুৰ্বৰ ইতিহাসৰ পাঠ্যক্ৰম যদি লুটিয়া চালে মহাভাৰত, ৰামায়ণ আদিৰ কাহিনীবোৰ নিশ্চিয়তাভাৱে প্ৰমাণ পোৱা যায়। আচলতে নাৰীৰ পৰাই যুদ্ধৰ সৃষ্টি হৈছিল। সেই বাবে অবৈধ প্ৰেমৰ প্ৰস্তাৱে ধ্বংসৰ পাত্ৰ
Comments
Post a Comment