ল'ৰালী কালৰ কথা

আকৌ আজি সামাজিক মাধ্যমৰ জৰিয়তে তাহানিৰে কথা প্ৰচাৰ কৰিবলৈ সুযোগ পায় বহুত আনন্দিত। কিন্তু তাৰ মাজতে বহুত মনত  দুখ প্ৰকাশ কৰিবলগীয়া কথা। কাৰণ ককা আইতাকৰ খোলাত উমলি জামলীবলৈ এই সুযোগ নোপোৱাৰ দুখৰ বেদনা। মোৰ জন্ম নোহোৱাৰ আগতে এই সাংসাৰিক জীৱনৰ পৰা বিদায় মাগিল মোৰ মৰমৰ ককা-আইতা।

Comments

Popular posts from this blog

শান্তিৰ প্ৰতিষ্ঠা

বিয়লি বেলাৰ সময়খিনি