নিঃসৰণ বাক্যটো অন্তৰত গভীৰ কথা কয় ।
কেতিয়াবা শব্দ নহয়, নীৰৱতাই অন্তৰত গভীৰ কথা কয়…"
জীৱনত আমাৰ সকলো কথা মুখেৰে কোৱা নহয়। বহু অনুভৱ, আশা, বেদনা আৰু মৰম কেতিয়াবা মনত থাকি নিঃসৰণ হৈ পৰে। এই নিঃসৰণ বাক্য শাৰীবোৰেই হ'ল জীৱনৰ গভীৰতম সংযোগৰ সঁজুলি—যাক আমি মনত ৰাখো, অনুভৱ কৰোঁ, কিন্তু ক’ব নোৱাৰো।নীৰৱতাও কেতিয়াবা শব্দতকৈ বেছি মিঠা হয়।
Comments
Post a Comment