নতুনত্ব আদৰাৰ সময়

এই দৃশ্য মনত আছেনে বাৰু ?? নাই? আজিৰ প্ৰজন্মই এই দিনটো উপভোগ কৰিব নাপালে  । কিছুমান অতীতক আমি পাহৰি পেলাইছো যেনে ককা-আইতাকৰ সাধু কথা শুনা,পথাৰৰ লৰা-ধেমালী ইত্যাদি। নতুনত্ব আদৰিবলৈ অভিভাৱকে নিজৰ সন্তানক সামাজিক মাধ্যমক শিক্ষাৰ  নতুন পথ হিচাপে বাছনি কৰিছে। একাংশ নতুন প্ৰজন্মই সামাজিক মাধ্যমক অপব্যৱহাৰ কৰি বেয়া দিশত গতি কৰাৰ পৰিলক্ষিত দেখা গৈছে। অভিভাৱকে নিজৰ সন্তানক অন্ততঃ গুৰুত্ব দিয়ক আৰু সু পথ দেখোৱা দায়িত্ব পালন কৰিবলৈ অনুৰোধ। 

Comments

Popular posts from this blog

শান্তিৰ প্ৰতিষ্ঠা

ল'ৰালী কালৰ কথা