শিক্ষা

প্ৰায় ল'ৰা ছোৱালীক ১০বছৰ বয়সৰ পৰা ২০বছৰ বয়সৰ ভিতৰৰ সময়খিনিত বেছিভাগ ল'ৰা ছোৱালীয়ে বেয়া হোৱাৰ সম্ভাৱনা থাকে । এই সময়খিনি যদি অভিভাৱকে ল'ৰা ছোৱালীক উপযুক্ত শিক্ষা প্ৰদান নকৰে। তেতিয়া হ'লে ধ্বংস হোৱা অনিবাৰ্য। আজিৰ প্ৰজন্মৰ অভিভাৱকক বিনম্ৰতাৰে অনুৰোধ কৰিছো । নিজৰ সন্তানক উপযুক্ত শিক্ষা প্ৰদান কৰাৰ লগতে শৰীৰৰ প্ৰতি যত্ন ৰাখক।

Comments

Popular posts from this blog

শান্তিৰ প্ৰতিষ্ঠা

ল'ৰালী কালৰ কথা

বিয়লি বেলাৰ সময়খিনি