শান্তিৰ প্ৰতিষ্ঠা

জীয়াই থকাৰ সময়খিনি শান্তি প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে বহুতো সমস্যাৰে জৰ্জৰিত কৰিবলগীয়া হয় । তথাপিও শান্তিৰ চুক্তি বিচাৰি মনৰ আঘাতপ্ৰাপ্ত হোৱা বেদনা অনুভৱ নকৰাকৈ এটি হাঁহি মুখেৰে জীৱন যুদ্ধৰ সাংসাৰিক মায়া বজাৰৰ এই পৃথিৱীত জীয়াই থকাৰ প্ৰতিশ্ৰুতি লৈ দিনবোৰ পাৰ হৈ গৈছো । 

Comments

Post a Comment

Popular posts from this blog

ল'ৰালী কালৰ কথা

নতুনত্ব আদৰাৰ সময়