বিধাতাৰ ভাগ্য লিখনি Get link Facebook X Pinterest Email Other Apps May 16, 2025 আশাৰ লক্ষ্য উদ্দেশ্য বহুত দূৰত্বতথাপিও যোৱাৰ প্ৰয়োজন।বিধাতাৰ ভাগ্য লিখনি বেয়া তথাপিওপৰিবৰ্তনৰ প্ৰয়োজন। Get link Facebook X Pinterest Email Other Apps Comments
শান্তিৰ প্ৰতিষ্ঠা May 17, 2025 জীয়াই থকাৰ সময়খিনি শান্তি প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে বহুতো সমস্যাৰে জৰ্জৰিত কৰিবলগীয়া হয় । তথাপিও শান্তিৰ চুক্তি বিচাৰি মনৰ আঘাতপ্ৰাপ্ত হোৱা বেদনা অনুভৱ নকৰাকৈ এটি হাঁহি মুখেৰে জীৱন যুদ্ধৰ সাংসাৰিক মায়া বজাৰৰ এই পৃথিৱীত জীয়াই থকাৰ প্ৰতিশ্ৰুতি লৈ দিনবোৰ পাৰ হৈ গৈছো । Read more
ল'ৰালী কালৰ কথা May 14, 2025 আকৌ আজি সামাজিক মাধ্যমৰ জৰিয়তে তাহানিৰে কথা প্ৰচাৰ কৰিবলৈ সুযোগ পায় বহুত আনন্দিত। কিন্তু তাৰ মাজতে বহুত মনত দুখ প্ৰকাশ কৰিবলগীয়া কথা। কাৰণ ককা আইতাকৰ খোলাত উমলি জামলীবলৈ এই সুযোগ নোপোৱাৰ দুখৰ বেদনা। মোৰ জন্ম নোহোৱাৰ আগতে এই সাংসাৰিক জীৱনৰ পৰা বিদায় মাগিল মোৰ মৰমৰ ককা-আইতা। Read more
বিয়লি বেলাৰ সময়খিনি May 26, 2025 বিয়লি বেলাৰ সময়খিনি বিয়লি বেলা—আকাশখন যেন সোনালী ৰঙৰ এক স্বপ্নত পৰিণত হয়। সূৰ্যটো ঢলি পৰে পশ্চিম দিশলৈ, আৰু সেই মৰমৰ আলোকত জগতখন যেন বিশেষ কিছুমান কথাৰে ভৰি উঠে। এই সময়খিনিতে গাঁওখনৰ পথেদি গৰু-মহ ঘৰলৈ উভতি আহে, গৰুৰ ঘণ্টিৰ শব্দই সকলোত শিথিলতা আনে। কাণত পৰে দূৰৰ পৰা অহা নামপ্ৰসংগৰ সুমধুৰ ধ্বনি। লোহিত দীপত জ্বলাই আধা-আন্ধাৰত এটি নিবিড় শান্তিৰ বৰ্ণনা আঁকে। এই সময়খিনিয়ে যেন মনটোত এটা সজীৱ ছবি আঁকে—আনকি ব্যস্ততাৰ মাজতো এটি স্তব্ধতা, এটি শান্তি। পাঠশালাৰ পৰা ঘূৰি অহা শিশুবোৰৰ হাঁহি, ধেমালিৰ শব্দ; অগ্নিদেৱলৈ সমৰ্পণ কৰা প্ৰাৰ্থনা; আৰু ঘৰলৈ উভতি অহা মানুহবোৰৰ ক্লান্ত মুখত এটি শান্তিৰ হাঁহি—এই সকলোবোৰেই মিলি এই বিয়লি বেলাৰ মাধুৰ্য গঢ়ি তোলে। বিয়লি বেলা মাথোঁ এটি সময়ৰ অংশ নহয়—এইটো এটি অনুভূতি, এটি দৃষ্টিভংগী, যি আমাক জীৱনৰ সৰু সৰু মৰমবোৰ চিনিবলৈ সহায় কৰে। Read more
Comments
Post a Comment