আশা আৰু সন্দেহ ।

আশা আৰু সন্দেহ এই দুয়োটা শব্দ জীৱন যুদ্ধৰ প্ৰতিচ্ছবিত  সচাকৈ বৰকৈ বাধা আৰোপ কৰে।
আশা: এই শব্দটোৱে মানৱ সমাজত সিজনে আন জনৰ পৰা কোনো এটা বস্তু বা ইত্যাদি ইত্যাদি আশা কৰাতকৈ আশা নকৰাকৈ থকাই ভাল কাৰণ পৰিস্থিতি সাপেক্ষে বস্তু ভাগ নাপাবও পাৰে। 
সন্দেহ: এই শব্দটোৱে মানৱ সমাজত বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। বিশৃংখল হোৱা মানেই জীৱন ধ্বংসৰ একোটা পথ।

Comments

Popular posts from this blog

শান্তিৰ প্ৰতিষ্ঠা

ল'ৰালী কালৰ কথা

বিয়লি বেলাৰ সময়খিনি